Women ‘wage war’ against growing alcoholism

Share it with your friends Like

Thanks! Share it with your friends!

Close

সুৰাৰ বিৰুদ্ধে ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ। গোৱালপাৰাৰ শিমলীতোলা আৰু নয়াপাৰা গাঁৱৰ মহিলাসকল নিশা ওলাই আহিল ৰাজপথলৈ। হাতে হাতে লাঠি আৰু টৰ্ছ লৈ সুৰা নিবাৰণৰ বাবে ৰাজপথলৈ মাৰবান্ধি ওলাই আহিল অঞ্চলটোৰ মহিলাসকল।

Comments

Comments are disabled for this post.